అర్థం : যিজন ব্যক্তিৰ অৱস্থা ষাঠি বছৰৰ ্উর্ধত হৈছে
ఉదాహరణ :
আমাৰ বুঢ়াবোৰৰ খবৰ ৰাখোতা ইয়াত কোনো নাই
పర్యాయపదాలు : বৃদ্ধ, বৃদ্ধ পুৰুষ
అర్థం : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি বেছি বয়সীয়া
ఉదాహరణ :
বুঢ়া মানুহক ইয়াত বিনামূলীয়াকৈ সেৱা আগবঢ়োৱা হয়
పర్యాయపదాలు : বুঢ়া মানুহ, বৃদ্ধ, বৃদ্ধ লোক, বয়সীয়া মানুহ, বয়োবৃদ্ধ