అర్థం : যি লিপিৰ দ্বাৰা বুগী ভাষা লিখা হয়
ఉదాహరణ :
বুগী লিপিত টাটু আদি অঁকা হয়
పర్యాయపదాలు : বুগী লিপি
అర్థం : ছুলাৱেসী দ্বীপৰ জনসাধাৰণে কোৱা ভাষা
ఉదాహరణ :
তেওঁ বুগী ভাষা ভালকৈ কʼব পাৰে
పర్యాయపదాలు : বুগী ভাষা
అర్థం : ছুলাৱেসী দ্বীপৰ অধিবাসী
ఉదాహరణ :
তেখেতে বুগীসকলৰ সৈতে ব্যৱসায় কৰিবলৈ গৈছে