పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বিৰাট అనే పదం యొక్క అర్థం.

বিৰাট   বিশেষ্য

అర్థం : মহাভাৰতত বর্ণিত এজন ৰজা

ఉదాహరణ : অজ্ঞাতবাসত থকাৰ সময়ত পাণ্ডবসকলে বিৰাট ৰজাৰ তাত কাম কৰিছিল

అర్థం : অনন্ত লোক অর্থাৎ তৰা, গ্রহ, নক্ষত্র আদিৰে ভৰি থকা বিশ্ব

ఉదాహరణ : ব্রহ্মাণ্ড ৰহস্যৰে ভৰপূৰ

పర్యాయపదాలు : অখিল বিশ্ব, অন্তৰীক্ষ বিশ্বচৰাচৰ, জগত চক্র, নিখিল বিশ্ব, নিখিল ভুৱন, বিশ্ব মণ্ডল, বিশ্ব-ব্রহ্মাণ্ড বিশ্ব ব্রহ্মাণ্ড, বিশ্বচক্র, বিশ্বজগত, বিশ্বব্রহ্মাণ্ড, বিশ্বসৃষ্টি, ব্রহ্মমণ্ডল, ব্রহ্মাণ্ড, মহাজগত, মহাবিশ্ব, সৃষ্টি

বিৰাট   বিশেষণ

అర్థం : বহুত ডাঙৰ

ఉదాహరణ : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে

పర్యాయపదాలు : ডাঙৰ, প্রভূত, বিপুল, বৃহৎ

అర్థం : যিটো আকাৰ, মাত্রা আদিত বহুত ডাঙৰ

ఉదాహరణ : সুৰসাই হনুমানক ভয় খুৱাবৰ কাৰণে বিশাল ৰূপ ধাৰণ কৰিলে

పర్యాయపదాలు : বিশাল, বৃহদ, বৃহৎ