అర్థం : অলপ অলপ কথাতে বিৰক্ত বা আমনি লগা ভাব
ఉదాహరణ :
মায়ে আজিকালি বৰ আমনি কৰে
పర్యాయపదాలు : আমনি কৰা
అర్థం : এনে উপায় বা প্রয়াস কৰা যাৰ দ্বাৰা কোনোজনৰ মন কʼতো নবহে
ఉదాహరణ :
প্রতিদিনৰ হাই-কাজিয়াই মোৰ মন ঘৰৰ পৰা উদাসীন কৰিলে
పర్యాయపదాలు : উদাসীন কৰা
అర్థం : কাৰোবাক কোনো কথাত অসন্তুষ্ট কৰা
ఉదాహరణ :
মঞ্জুলাই সৰু ভায়েকক বৰ আমনি কৰে
పర్యాయపదాలు : আমনি কৰা