అర్థం : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে
ఉదాహరణ :
মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে
పర్యాయపదాలు : অসন্তুষ্টতা, আমনি, তিক্ততা
అర్థం : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব
ఉదాహరణ :
আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল
పర్యాయపదాలు : আমনি
అర్థం : আমনি লগা পৰিস্থিতি
ఉదాహరణ :
দিনৰ দিনটো সন্মিলনত সকলোৰে বক্তৃতা শুনি-শুনি এতিয়া বিৰক্তি লাগি গৈছে, বʼলা অলপ ফুৰি আহোঁ
అర్థం : বিৰক্তিৰ অৱস্থা বা ভাৱ
ఉదాహరణ :
তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে
పర్యాయపదాలు : আমনি
అర్థం : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব
ఉదాహరణ :
অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে
పర్యాయపదాలు : অনাসক্তি, আসক্তিহীনতা, বিৰাগ