పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বিৰক্ত అనే పదం యొక్క అర్థం.

বিৰক্ত   বিশেষ্য

అర్థం : আমনি লগা কার্য ্বা ভাব

ఉదాహరణ : মাৰ উপদেশ শুনি-শুনি মোৰ মন বিৰক্ত হʼল

বিৰক্ত   বিশেষণ

అర్థం : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে

ఉదాహరణ : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল

పర్యాయపదాలు : বিমুখ, বিৰাগ, বৈৰাগী, সন্যাসী

అర్థం : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে

ఉదాహరణ : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি

పర్యాయపదాలు : অন্যমনস্ক, উদাস, ম্লান