పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বিস্ময় అనే పదం యొక్క అర్థం.

বিস্ময়   বিশেষ্য

అర్థం : আশ্চর্য্য উৎপন্ন ্কৰা বস্তু

ఉదాహరణ : তাজমহল বিশ্বৰ সাতটা আশ্চর্য্য ভিতৰত অন্যতম

పర్యాయపదాలు : আশ্চর্য্য

అర్థం : কোনো নতুন, অদ্ভূত বা অসাধাৰণ বিষয় দেখিলে, শুনিলে বা ধ্যান দিলে উৎপন্ন হোৱা মনৰ অৱস্থা

ఉదాహరణ : মোক হঠাৎ দেখি ্ তেওঁ ্ অবাক হʼল

పర్యాయపదాలు : অবাক, আচৰিত হোৱা-, আশ্বর্য, আশ্বর্য্য, চমক, বিচূর্ত্তি

అర్థం : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়

ఉదాహరణ : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে

పర్యాయపదాలు : অদ্ভুত কাম, অবাক, আচৰিত, আশ্চর্য, চমক, চমৎকাৰ, তবধ