సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটো ঠেক বা সৰু নহয়
ఉదాహరణ : ডাঙৰ চহৰৰ মাজত এনে বিস্তৃত মৈদান দেখা নাযায়
పర్యాయపదాలు : আহল-বহল
అర్థం : যিটো নিজৰ ঠাইত বা তাৰ চাৰিওফালে দূৰ-দূৰণিলৈকে সিঁচৰতি হৈ আছে
ఉదాహరణ : জনমানসত তুলসী দাসে ৰচনা কৰা ৰামচৰিত মানসৰ ব্যাপক প্রভাৱ আছে
పర్యాయపదాలు : বহুল, ব্যাপক
అర్థం : যʼত বহুত বিস্তাৰ আছে বা বিস্তাৰযুক্ত
ఉదాహరణ : এই কবিতাৰ পংক্তিকেইটাৰ বহল ব্যাখ্যা কৰক
పర్యాయపదాలు : বহল, বিশদ
అర్థం : যাক সতর্ক্্তা আৰু সূক্ষ্ম বিৱৰণৰ সৈতে বিকশিত কৰা হʼল
ఉదాహరణ : আমি এখন বিস্তৃত যোজনা তৈয়াৰ কৰিছো
పర్యాయపదాలు : বিশদ
ఆప్ స్థాపించండి