అర్థం : কোনো বিশেষ কাৰণত ব্যৱহাৰ কৰিবৰ কাৰণে ৰাখি থোৱা
ఉదాహరణ :
শ্যামে নিৰ্দিষ্ট পোছাক পৰিধান কৰি সমাৰোহলৈ আহিছিল
పర్యాయపదాలు : নিৰ্দিষ্ট
అర్థం : সাধাৰণতকৈ অতিৰিক্ত তথা তাতকৈ অলপ আগবঢ়া বা যিমান হোৱা উচিত বা হয় তাতকৈ অলপ অধিক
ఉదాహరణ :
মই ইয়াত এক বিশেষ কামৰ কাৰণে আহিছোঁ
పర్యాయపదాలు : জৰুৰী