సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যʼত কোনো ময়লা বা কলুষতা নাই
ఉదాహరణ : শুদ্ধ অন্তৰেৰে ঈশ্বৰক স্মৰণ কৰিব লাগেজুৰিৰ পানী নি্র্মল
పర్యాయపదాలు : অপংকিল, অপঙ্কিল, অমলিন, কলুষহীন, চাফা, নি্র্মল, পবিত্র, প্রাঞ্জল, পৰিষ্কাৰ, বিমল, শুদ্ধ, স্বচ্ছ
అర్థం : যিটো পৰিশোধিত কৰা হৈছে বা যি পৰিশুদ্ধ
ఉదాహరణ : এইটো খাঁটি সোণৰ বিস্কুট
పర్యాయపదాలు : আচল, খাঁটি
అర్థం : যিটো মিশ্রিত নহয়
ఉదాహరణ : সোণ এবিধ অমিশ্রিত ধাতু
పర్యాయపదాలు : অমিশ্র, অমিশ্রিত
ఆప్ స్థాపించండి