పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বিভাগ అనే పదం యొక్క అర్థం.

বিভাগ   বিশেষ্য

అర్థం : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

ఉదాహరణ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

పర్యాయపదాలు : অংগ, অংশ, খণ্ড, টুকুৰা, ভাগ

అర్థం : কোনো দেশৰ ক্ষেত্রীয় আৰু প্রশাসনিক বিভাগ

ఉదాహరణ : তেওঁ ্ ফ্রান্সৰ বিভাগবোৰৰ বিষয়ে কৈ আছে

పర్యాయపదాలు : কার্যবিভাগ

అర్థం : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

ఉదాహరణ : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

పర్యాయపదాలు : অংশ, দিশ, পক্ষ

అర్థం : সা-সুবিধা বা ব্যৱস্থাপনা আদিৰ কাৰণে কামৰ বিকেন্দ্রীকৰণ কৰা ক্ষেত্র

ఉదాహరణ : আপুনি আই. আই. টিৰ কোনটো বিভাগত কাম কৰে ?

పర్యాయపదాలు : মহকুমা