అర్థం : কোনো অংশত পৃথক পৃথক হোৱা
ఉదాహరణ :
স্বাধীনতাৰ পিছত ভাৰতবর্ষ ্দুভাগত বিভক্ত হʼল
పర్యాయపదాలు : পৃথক হোৱা
అర్థం : * সম্বন্ধ আদি নাইকিয়া হোৱা
ఉదాహరణ :
নিজৰ মাজতে কাজিয়া লাগি পতি-পত্নী দুয়ো এৰা-এৰি হʼল
పర్యాయపదాలు : আঁতৰ্া-আঁতৰি হোৱা, এৰা-এৰি হোৱা, নিলগ হোৱা, নিলগা-নিলগি হোৱা, পৃথক হোৱা, বিচ্ছিন্ন হোৱা, বেলেগ হোৱা