సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : প্রকৃতি, প্রবৃত্তি, স্থিতি আদিৰ বিচাৰত কাৰোবাৰ সৈতে মোকাবিলা কৰোঁতে যি আনৰ পক্ষত থাকে
ఉదాహరణ : মই তেওঁক যি কথা কওঁ তেওঁ ঠিক তাৰ ওলোটা কামহে কৰে
పర్యాయపదాలు : অন্যথা, উল্টা, ওলোটা, বিৰুদ্ধ
అర్థం : যি ক্রম, মান্যতা আদি অনুসৰি কাৰোবাৰ বিৰুদ্ধে থকা বা আন পক্ষত থকা
ఉదాహరణ : তেওঁলোক দুয়ো বিপৰীত চিন্তাধাৰাৰ হোৱা সত্ত্বেও ভাল বন্ধু
పర్యాయపదాలు : ওভটা, ওভোতা, ওলোটা, ওল্টা, পূৰক, প্রতিমুখ, প্রতিলোম, বিৰোধী, সম্পূর্ণ বিপৰীত
అర్థం : যি শ্্ব্দৰ অর্থ অন্য কোনো শ্্ব্দৰ অর্থতকৈ পৃথক হয়
ఉదాహరణ : জলৰ বিপৰীত শ্্ব্দটো লিখক
అర్థం : যি অনুকূল বা হিতসাধনত সহায়ক নহয়
ఉదాహరణ : পৰিস্থিতি বিপৰীত হোৱা দেখি ্তেওঁ উঠি গুচি গʼল
పర్యాయపదాలు : প্রতিকূল, প্রতীপ, বিৰুদ্ধ
ఆప్ స్థాపించండి