పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বিধি అనే పదం యొక్క అర్థం.

বিধি   বিশেষ্য

అర్థం : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী

ఉదాహరణ : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা

పర్యాయపదాలు : কায়দা, ঢঙ, নিয়ম, পদ্ধতি, শৈলী, ৰীতি

అర్థం : মানুহৰ আচাৰ-ব্যৱহাৰ নিয়ন্ত্রণৰ কাৰণে দেশৰ প্রশাসনে ঠিক কৰি দিয়া বিধি-বিধান, যাক পালন কৰাটো সকলোৰে কাৰণে বাধ্যতামূলক আৰু ইয়াক উলংঘা কৰিলে দণ্ড বিহা হয়

ఉదాహరణ : আইন বিৰোধী যিকোনো কামে আপোনাক সংকটত পেলাব পাৰে

పర్యాయపదాలు : অধিনিয়ম, আইন, আইন-কানুন, কানুন, বিধান