అర్థం : কোনো শৈক্ষিক সংস্থাৰ শিক্ষক, বিদ্যার্থী আদি
ఉదాహరణ :
পোন্ধৰ আগষ্টত সম্পূর্ণ বিদ্যালয়ে খেল ধেমালিত অংশগ্রহণ কৰিলে
పర్యాయపదాలు : স্কুল
అర్థం : যি সময়সীমাৰ ভিতৰত স্কুলৰ শিক্ষাদান আদি কার্য হয়
ఉదాహరణ :
স্কুলৰ পিছত আমি চিধা ঘৰলৈ যাম মোৰ স্কুল চাৰি বজালৈকে হয়
పర్యాయపదాలు : স্কুল
అర్థం : এক শৈক্ষিক সংস্থা বা শিক্ষা প্রদান কৰোঁতা সংস্থা
ఉదాహరణ :
এই বিদ্যালয় চাৰি বছৰ আগতে স্থাপন হৈছিল
పర్యాయపదాలు : শিক্ষানুস্থান