అర్థం : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা
ఉదాహరణ :
মোৰ কিবা খাবৰ মন গৈছে
పర్యాయపదాలు : অভিলাষ কৰা, ইচ্ছা কৰা, ইচ্ছা যোৱা, মন যোৱা
అర్థం : কোনো কথা বা কামত কৰা ইচ্ছা
ఉదాహరణ :
মই আপোনাৰ পৰা আর্থিক সাহায্য বিচাৰিছোঁ মই ভৱিষ্যতে সকলো ভাল হʼব বুলি আশা কৰিছোঁ
పర్యాయపదాలు : আশা কৰা
అర్థం : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা
ఉదాహరణ :
পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে
పర్యాయపదాలు : অনুসন্ধান কৰা, অন্বেষণ কৰা