సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : জ্ঞান আৰু বুদ্ধি
ఉదాహరణ : ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ
పర్యాయపదాలు : চেতনা, সংজ্ঞা
అర్థం : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব
ఉదాహరణ : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল
పర్యాయపదాలు : চতুৰতা, চাতুর্য, চাতুৰী, ধী, ধীশক্তি, বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মতি, মেধা
ఆప్ స్థాపించండి