పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বিচাৰ అనే పదం యొక్క అర్థం.

বিচাৰ   বিশেষ্য

అర్థం : লুকাই থকা বা হেৰোৱা কোনো বস্তু বিচৰা কার্য ্বা ভাব

ఉదాహరణ : পুলিচে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে

పర్యాయపదాలు : অনুসন্ধান, তালাচী

అర్థం : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি

ఉదాహరణ : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে

పర్యాయపదాలు : মত, ৰায়

అర్థం : কোনো বস্তুৰ গুণাগুণ আদিৰ বিষয়ে জানিবৰ কাৰণে কৰা ব্যৱহাৰ

ఉదాహరణ : ৰচী টনা শক্তি পৰীক্ষাৰ এটা খেল

పర్యాయపదాలు : পৰীক্ষা

అర్థం : মনত উদয় হোৱা কথা

ఉదాహరణ : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত

పర్యాయపదాలు : খিয়াল, খেয়াল, মত

అర్థం : বিচাৰপূর্বক নি্র্ণয় ্ কৰা ক্রিয়া

ఉదాహరణ : আজিকালিৰ আলোচনা চক্রত তুলসী দাসৰ ৰচনাৰাজি ভালদৰে বিবেচনা কৰে

పర్యాయపదాలు : পর্যালোচনা, বিচাৰ-বিবেচনা, বিবেচনা, মীমাংসা, মূল্যায়ন

అర్థం : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য

ఉదాహరణ : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে

పర్యాయపదాలు : অনুসন্ধান, অন্বেষণ, তদন্ত, বুজ

అర్థం : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য

ఉదాహరణ : এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব

పర్యాయపదాలు : অনুসন্ধান, সম্পৰীক্ষা