సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পূর্বৰ ্অৱস্থাতকৈ ভাল অৱস্থা বা উচ্চ অৱস্থাৰ পিনে ধাৱমান হোৱা কার্য
ఉదాహరణ : ভাৰতৰ উন্নতি ভাৰতীয়সকলৰ ওপৰত নি্র্ভৰ কৰে
పర్యాయపదాలు : উত্থান, উদ্গতি, উন্নতি, উন্নয়ন, প্রগতি
అర్థం : বঢ়া বা বিকশিত হোৱা কার্য ্বা ভাব
ఉదాహరణ : জন্মৰ পৰা পাঁচবছৰ বয়সলৈকে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ সকলোতকৈ অধিক হয়
అర్థం : বঢ়া বা বঢ়োৱা কার্য
ఉదాహరణ : অজ্ঞানতাই আমাৰ অহংকাৰ বৃদ্ধি কৰে
పర్యాయపదాలు : বৃদ্ধি, সংবর্ধন, ্বর্ধন
ఆప్ స్థాపించండి