సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজন ব্যক্তিৰ কোনো অংগই ভালদৰে কাম নকৰে
ఉదాహరణ : ইয়াত বিকলাংগসকলক শিক্ষা দিয়া হয়
పర్యాయపదాలు : বিকলাংগ
అర్థం : যাৰ হাত-ভৰি বা শৰীৰৰ কোনো অংগত বিকৃতি ঘটিছে
ఉదాహరణ : আমি বিকলাঙ্গ লোকৰ সহায় কৰা উচিত
పర్యాయపదాలు : অংগহীন, অঙ্গহীন, বিকলাংগ
అర్థం : যাৰ হাত বা ভৰিত বিকৃতি আছে
ఉదాహరణ : এই প্রতিযোগিতাত কেৱল বিকলাংগ লোকসকলেহে ভাগ লʼব পাৰিব
ఆప్ స్థాపించండి