పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বাৰ అనే పదం యొక్క అర్థం.

বাৰ   বিশেষ্য

అర్థం : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন

ఉదాహరణ : সোমবাৰ সপ্তাহৰ প্রথম দিন

పర్యాయపదాలు : অহ্ন, দিন, দিৱস, বাসৰ

అర్థం : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ

ఉదాహరణ : এতিয়া ৰামৰ পাল

పర్యాయపదాలు : নম্বৰ, পাল

అర్థం : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি

ఉదాహరణ : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়

పర్యాయపదాలు : অহ, অহ্ন, দিন, দিনা, দিবা, দিৱস, বাসৰ, ৰোজ

అర్థం : মদ কিনিলৈ খোৱা ঠাই

ఉదాహరణ : শ্যামাৰ গিৰিয়েকে সদায় মদিৰালয়ত মদ খাবলৈ যায়

పర్యాయపదాలు : চেৰাপ ভাটি, তাড়িখানা, ভাটিখানা, মদিৰাগৃহ, মদিৰালয়, সুৰালয়

అర్థం : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ

ఉదాహరణ : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে

పర్యాయపదాలు : দফা

అర్థం : ফটো বা আয়না বন্ধা চাৰিকোণীয়া আকৃতি

ఉదాహరణ : এই ছবিখনৰ ফ্রেম লগাই দিয়ক

పర్యాయపదాలు : ফ্রেম, বৃতি

అర్థం : দহ আৰু দুই যোগ কৰিলে পোৱা সংখ্যা

ఉదాహరణ : ছয় আৰু ছয় মিলি বাৰ হয়

పర్యాయపదాలు : দ্বাদশ, ১২

అర్థం : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম

ఉదాహరణ : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম

పర్యాయపదాలు : কিস্তি, খেপ, দফা

বাৰ   বিশেষণ

అర్థం : দহ আৰি দুই

ఉదాహరణ : নাৱত বাৰজন লোক উঠি আছিল

పర్యాయపదాలు : দ্বাদশ, ১২