సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : খেৰ-কুটা আদিৰে সজা চৰাইৰ ঘৰ
ఉదాహరణ : ঘৰচিৰিকাৰ বাহত দুটা পোৱালিয়ে চিঁ-চিয়াই আছে
పర్యాయపదాలు : নীড়
అర్థం : যি ঠাইত চৰায়ে ৰাতিটো পাৰ কৰে
ఉదాహరణ : এই আঁহত গছজোপাই এই ঠাইৰ চৰাইবোৰৰ বাহ
అర్థం : পাটৰ পলুৰ ঘৰ সোমাই থকা ঘৰ
ఉదాహరణ : পাটৰ পলু বাহত ডাঙৰ হয়
పర్యాయపదాలు : লেটা
ఆప్ స్థాపించండి