అర్థం : বানত যাৰ ক্ষতিসাধন হৈছে
ఉదాహరణ :
চৰকাৰে বানপীড়িত লোকসকলক যতদূৰ সম্ভৱ সহায়-সহযোগ কৰি আছে
పర్యాయపదాలు : বান-পীড়িত
అర్థం : যʼত বানপানী হয়
ఉదాహరణ :
মন্ত্রী মহোদয়ে বানপীড়িত এলেকা পৰিভ্রমণ কৰিলে
పర్యాయపదాలు : বান-পীড়িত, বানবিধ্বস্ত