పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বানপানী అనే పదం యొక్క అర్థం.

বানপানী   বিশেষ্য

అర్థం : প্রলয় হিচাপে গণনা হোৱা গোটেই সংসাৰত বহুত দিনৰ পিছত হোৱা বানপানী

ఉదాహరణ : হিন্দু সকলৰ অনুসৰি বৈৱস্বত মনুৰ সময়ত আৰু খ্রীষ্টান, মুছলমান আদিৰ অনুসৰি হজৰত নুহৰ সময়ত এনে বান আহিছিল

పర్యాయపదాలు : প্লাবন

అర్థం : পানী বাঢ়ি উদ্ভৱ হোৱা দুর্যোগ বা বেছিকৈ বৰষুণ দিয়াৰ কাৰণে নদী, জলাশয় আদিৰ জলপৃষ্ঠই সীমা চেৰাই ইফালে-সিফালে বিয়পি পৰা কার্য:অতিপাত বৰষুণৰ কাৰণে বেছিভাগ নদীতেই বান আহিছে

ఉదాహరణ :

పర్యాయపదాలు : প্লাৱন, বন্যা, বান