పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বাধা দিয়া అనే పదం యొక్క అర్థం.

বাধা দিয়া   ক্ৰিয়া

అర్థం : কাৰোবাৰ কোনো কাম দেখি কোনো কথা কৈ বাধা দিয়া বা তেওঁৰ সৈতে কোনোধৰণৰ সোধ-পোছ কৰা

ఉదాహరణ : শিক্ষকে শিক্ষার্থীসকলৰ বেয়া হাতৰ আখৰ দেখি ্তেওঁলোকক বাধা দিলে

అర్థం : বাধা প্ৰদান কৰা কাৰ্য

ఉదాహరణ : ৰমাৰ শাহুৱেকে তাইৰ প্ৰতিটো কামতে হাক দিয়ে

పర్యాయపదాలు : হকা-বধা কৰা, হাক দিয়া

అర్థం : ৰোধ কৰিবলৈ বা ৰখাবলৈ কাম কৰা

ఉదాహరణ : মাধৱে সকলো কামতে গোলমাল লগায়

పర్యాయపదాలు : খেলিমেলি লগোৱা, গোলমাল লগোৱা, হস্তক্ষেপ কৰা, হেঙাৰ হোৱা

అర్థం : কোনো কথা বা কামত নিষেধাজ্ঞা আৰোপ কৰা

ఉదాహరణ : মাকে লʼৰাটোক ৰʼদত বাহিৰ ওলোৱাৰ ক্ষেত্রত বাধা দিলে

పర్యాయపదాలు : নিষেধ কৰা, মানা কৰা, হাক দিয়া