పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বাধা అనే పదం యొక్క అర్థం.

বাধা   বিশেষ্য

అర్థం : কোনো কাম কৰাৰ সময়ত হোৱা বাধা

ఉదాహరణ : এই কামটোত বিঘিনি নঘটিবৰ কাৰণে মই ভগৱানক প্রার্থন্া কৰিছো

పర్యాయపదాలు : বাধা-বিঘিনি, বিঘিনি, বিঘ্ন, বিপত্তি

అర్థం : কোনো কামত বা কথাত মানা কৰা

ఉదాహరణ : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ

పర్యాయపదాలు : নামঞ্জুৰ, নিবাৰণ, নিষেধ, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন

అర్థం : কাৰোবাক বাধা দিয়া বা হেঁ্চা প্রয়োগ কৰাৰ কাৰণে কৰা কোনো কাম

ఉదాహరణ : লʼৰা-ছোৱালীক কিছু পৰিমাণে নিয়ন্ত্রণ কৰাটো জৰুৰী

పర్యాయపదాలు : অংকুশ, নিয়ন্ত্রণ

అర్థం : বাধাপ্রাপ্ত হোৱা অৱস্থা, ভাব বা ক্রিয়া

ఉదాహరణ : পানীৰ নলীত বাধা পৰা কাৰণে পানী কম কমকৈ ওলাইছে

పర్యాయపదాలు : অন্তৰায়, প্রতিবন্ধ, প্রতিবন্ধক

అర్థం : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা

ఉదాహరణ : মোহনে মোৰ সকলো কামতে বাধা জন্মায়

పర్యాయపదాలు : অন্তৰায়, অসুবিধা, অৱৰোধ, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা-নিষেধ, বাধা-বিঘিনি, বাধাদান, বিঘিনি, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা, হেঙাৰ

అర్థం : বাধা দিয়া বা ৰখোৱা কার্য

ఉదాహరణ : সীমাৰ ভিতৰত শত্রুৰ প্রবেশ বন্ধ কৰাত সৈনিক সফল হৈছে

పర్యాయపదాలు : বন্ধ কৰা-

বাধা   বিশেষণ

అర్థం : যাক নিষেধ কৰা হৈছে

ఉదాహరణ : এই বিলত ্সাঁতোৰাত বাধা আছে

పర్యాయపదాలు : নিষিদ্ধ, নিষেধিত, বর্জিত, মানা