అర్థం : কোনো কথাত লগা বাদানুবাদ
ఉదాహరణ :
আজি ৰাতিপুৱাই তেওঁৰ সৈতে মোৰ চুপতা-চুপতি লাগিল
పర్యాయపదాలు : উখনা-উখনি, খকা-খুন্দা, চুপতা-চুপতি, বাক-বিতণ্ডা, বাদ-বিবাদ
అర్థం : অনাহকত কৰা তর্ক ্বা বিবাদ
ఉదాహరణ :
এনে ধৰণৰ বাক-বিতণ্ডাৰ পৰা আচলতে তুমি কি পোৱা ?
పర్యాయపదాలు : বাক-বিতণ্ডা, বিতণ্ডা