సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো উদ্দেশ্যৰে কোৱা বা কোওৱা বা লিখিত অথবা সাংকেতিক কোনো মহত্ত্বপূর্ণ ্কথা
ఉదాహరణ : নিজৰ ভায়েকৰ বিয়াৰ খবৰ পাই তেওঁ আনন্দত অধীৰ হৈ পৰিল
పర్యాయపదాలు : খবৰ, বতৰা, সংবাদ, সমাচাৰ, সম্বাদ
అర్థం : ৰেডিঅʼ, বাতৰি-কাকত আদিত উপল্্ব্ধ হোৱা খবৰ
ఉదాహరణ : এতিয়া আপোনালোকে হিন্দীত দেশ-বিদেশৰ বাতৰি শুনি আছিল
పర్యాయపదాలు : খবৰ, খবৰ বাতৰি, বার্তা, সংবাদ, ্ সমাচাৰ
అర్థం : মুখেৰে কোৱা কোনো সমাচাৰ
ఉదాహరణ : মই আপোনাক মাতিবৰ কাৰণে ৰামৰ যোগেদি খবৰ পঠিয়াইছোঁ
పర్యాయపదాలు : খবৰ, সন্দেশ
అర్థం : কোনো বিষয়ৰ জ্ঞান বা পৰিচয় দিবৰ কাৰণে কাৰোবাক কোৱা কথা
ఉదాహరణ : বতৰ বিজ্ঞান বিভাগে ধাৰাসাৰ বৰষুণ হোৱাৰ বাতৰি দিছে
పర్యాయపదాలు : খবৰ, জাননী
ఆప్ స్థాపించండి