సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোৱা কথা
ఉదాహరణ : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
పర్యాయపదాలు : উক্তি, কথন, কোৱা, জবান, বচন, বাইক, বাক্, বাক্য, বাণী, বুলি, বয়ান, মুখৰ কথা
అర్థం : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ
ఉదాహరణ : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি
పర్యాయపదాలు : ওহাৰ, কুচকুম্ভ, পিয়াহ, পয়োধৰ, পয়োভাৰ, স্তন
ఆప్ స్థాపించండి