సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : গন্তব্য স্থানত পাবৰ কাৰণে মাজতে পৰা সেই ভূ-ভাগ যাৰ সহায়ত লক্ষ্য স্থান প্রাপ্তিৰ কাৰণে যাবলগীয়া হয়
ఉదాహరణ : এই পথটো চিধা মোৰ ঘৰলৈকে গৈছে
పర్యాయపదాలు : পথ, মার্গ, ৰাস্তা
అర్థం : গন্তব্য স্থান পাবলৈ বা কʼৰবালৈ আগবাঢ়িবলৈ যিফালে যোৱা যায়
ఉదాహరణ : উৰা জাহাজৰো নির্দিষ্ট পথ আছে
పర్యాయపదాలు : পথ, মার্গ, ্ ৰাস্তা
అర్థం : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে
ఉదాహరణ :
పర్యాయపదాలు : উপায়, চল, দাও, সুচল, সুবিধা, সুযোগ, সুযোগ-সুবিধা
ఆప్ స్థాపించండి