అర్థం : খেল-ধেমালি আদিৰে বিভিন্ন ধৰণৰ কচৰৎ কৰা, ৰচীত খোজ কাঢ়ি দেখুৱাই মানুহক আমোদ দিয়া লোক
ఉదాహరణ :
আজি আমি বাজীকৰৰ খেল চাবলৈ যাম
అర్థం : সাপ পোহা আৰু নচুৱা ব্যক্তি
ఉదాహరణ :
বাজীকৰে বীণা বজাই সাপ নচুৱাই আছে
పర్యాయపదాలు : সাপ নচুৱাওঁ্তা