సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ভালদৰে বুজিলৈ কোনো কথা কোৱা কার্য
ఉదాహరణ : আৱিষ্কাৰকৰ ব্যাখ্যা শুনি সকলো সন্তুষ্ট হʼল
పర్యాయపదాలు : প্রতিপাদন, ব্যাখ্যা
అర్థం : কিবা কোৱা কার্য
ఉదాహరణ : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল
పర్యాయపదాలు : কথন, কথা, বচন, বাক
అర్థం : যিটো কোৱাৰ যোগ্য
ఉదాహరణ : আপুনি এই কথাটোক লৈ কিয় ইমান মচগুল হৈছে, এইটো কথনীয় নহয়
పర్యాయపదాలు : উচ্চাৰণীয়, কʼবলগীয়া, কথনীয়, কথ্য, কহতব্য, কহনীয়, বচনীয়
అర్థం : নিৰোপণ কৰাৰ যোগ্য বা বুজোৱাৰ যোগ্য
ఉదాహరణ : এই কবিতাটোৰ প্রতিপাদ্য বিষয় কি?
పర్యాయపదాలు : অভিধেয়, প্রতিপাদ্য
ఆప్ స్థాపించండి