సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো কার্য, ব্যৱস্থা আদিৰ সঞ্চালনা কৰা কার্য
ఉదాహరణ : ঝান্সীৰ ৰজাৰ মৃত্যুৰ পিছত ৰাণী লক্ষ্মীবাঈয়ে ৰাজ্যৰ বাঘজৰী নিজৰ হাতলৈ আনিছিল
అర్థం : ঘোৰাৰ মুখত লগোৱা এক উপকৰণ, যাৰ দুয়োফালে ৰচি বা চামৰাৰ পট্টি লগোৱা থাকে
ఉదాహరణ : অশ্বাৰোহীজনে ঘোঁৰাৰ লেকামত ধৰি খোজ কাঢ়ি গৈ আছিল
పర్యాయపదాలు : বল্পা, বাঘডোৰ, লাগাম, লেকাম, লেগাম
ఆప్ స్థాపించండి