సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : খুৰাৰ ছোৱালী
ఉదాహరణ : মোৰ খুৰাহঁতৰ ভন্টিজনী পঢ়াত খুব ভাল
పర్యాయపదాలు : খুৰাৰ ছোৱালী, ভণ্টি
అర్థం : বয়সতকৈ ডাঙৰ ভনী
ఉదాహరణ : মোৰ বাইদেউ অধ্যাপিকা
పర్యాయపదాలు : বা, বাই
అర్థం : জেঠোদেউ বা পেহাৰ ছোৱালী
ఉదాహరణ : মোৰ কোনো ভণ্টি (পেহীৰ ছোৱালী) নাই
పర్యాయపదాలు : পেহাৰ ছোৱালী, ভণ্টি
అర్థం : মামাৰ ছোৱালী
ఉదాహరణ : মোৰ মামাৰ ছোৱালী বেনাৰসত থাকে
పర్యాయపదాలు : ভন্টি, মামাৰ ছোৱালী
అర్థం : স্ত্রীৰ কাৰণে ব্যৱহাৰ কৰা সম্বোধন
ఉదాహరణ : বাইদেউ, এইয়া আপোনাৰ সামগ্রী নেকি?
ఆప్ స్థాపించండి