అర్థం : যি লিপিৰ দ্বাৰা বাংলা ভাষা লিখা হয়
ఉదాహరణ :
গীতাঞ্জলী বাংলাত লিখা হৈছিল
పర్యాయపదాలు : বাংলা লিপি, বাংলা-লিপি
అర్థం : বেঙ্গলী ভাষাৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
বাংলা সাহিত্যত ৰবীন্দ্রনাথ ঠাকুৰৰ উল্লেখযোগ্য অৱদান আছে