అర్థం : বিভিন্ন বৰণযুক্ত
ఉదాహరణ :
লোকনৃত্য শিল্পীজন বহুৰঙী পোছাকেৰে সুসজ্জিত আছিল
పర్యాయపదాలు : নানা-বৰণীয়া, ৰং-বিৰং
అర్థం : অনেক প্রকাৰৰ বা ভিন ভিন ধৰণৰ
ఉదాహరణ :
বিদ্যালয় সমাৰোহত সৰস্বতী বন্দনাৰে বাৰেৰহণীয়া কার্যসূচীৰ শুভাৰম্ভ কৰিলে
పర్యాయపదాలు : নানাৰঙী, বাৰেৰহণীয়া