పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বহা అనే పదం యొక్క అర్థం.

বহা   বিশেষ্য

అర్థం : ঘাঁহ-খেৰ আদিৰে সজা সৰু ঘৰ

ఉదాహరణ : ৰামে গাঁৱৰ বাহিৰত থাকিবৰ কাৰণে এটা পঁ্জা সাজিলে

పర్యాయపదాలు : কুটীৰ, খুপৰি, খেৰীঘৰ, জুপুৰী, টোকোৰা পঁ্জা, পঁ্জা, পর্ণকুটীৰ, ্পর্ণ্্শালা

বহা   ক্ৰিয়া

అర్థం : সহজে ওলাই যাব নোৱাৰাকৈ মন আদিত ভালদৰে স্থিতি লোৱা কার্য

ఉదాహరణ : সম্ৰাটৰ কথাত এনে বিশ্বাস জন্মিল যে কিছুমান ৰজাই বিনাযুদ্ধে তেওঁৰ বশ্যতা স্বীকাৰ কৰি লʼলে

పర్యాయపదాలు : জন্মা

అర్థం : ভৰিক নির্ভৰ নকৰাকৈ আৰাম কৰা এক স্থিতি:আলহীসকল চʼৰাঘৰত বহিছে

ఉదాహరణ :

పర్యాయపదాలు : আসন গ্রহণ কৰা, আসন লোৱা, উপবেশন কৰা, বহি থকা

అర్థం : নি্র্বাচন আদিত প্রার্থী প্রতিদ্বন্দিতাৰ পৰা আঁতৰি থকা

ఉదాహరణ : নি্র্দলীয় প্রার্থী ঝুমুকলালদেৱ বহিল