సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : লিখাত ব্যৱহাৰ কৰা একপ্রকাৰ চিহ্নৰ যোৰা যাৰ ভিতৰত ব্যাখ্যা বা খবৰৰ ৰূপত কিবা লিখা হয়
ఉదాహరణ : এই সংখ্যাটো বন্ধনীৰ ভিতৰত লিখক
పర్యాయపదాలు : বন্ধনী চিন, বন্ধনী চিহ্ন
అర్థం : কটা-চিঙা আদিত দৰব দি বান্ধিবৰ বাবে ব্যৱহাৰ কৰা ঠেক কপাহী কাপোৰ
ఉదాహరణ : তেওঁ ্ ঘাঁডোখৰত পটি বান্ধিবৰ কাৰণে শল্য-চিকিৎসকৰ ওচৰলৈ গৈছে
పర్యాయపదాలు : ধৰণি, পটি, পটী, পট্টি, পট্টী, বেণ্ডেজ, বেন্দেজ
ఆప్ స్థాపించండి