సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ
ఉదాహరణ : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে
పర్యాయపదాలు : গাঁথি, গ্রন্থি, ডোৰ, বান্ধ, বান্ধোন
అర్థం : কোনো বিশেষ কাম কৰাৰ বাধ্য-বাধকতা
ఉదాహరణ : ৰোগীৰ খোৱা-বোৱাত বান্ধোন লগাওক
పర్యాయపదాలు : বান্ধোন
అర్థం : বন্ধা কার্য ্বা ভাব
ఉదాహరణ : চোৰটোৱে হাজাৰ চেষ্টা কৰিও বান্ধোনটো খুলিব নোৱাৰিলে
ఆప్ స్థాపించండి