సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : এক শ্রেণীৰ উদ্ভিদ, যি কাঠহীন
ఉదాహరణ : দূবৰি, ্ ঘাঁহ আদি বন
పర్యాయపదాలు : গুল্ম, গুল্ম উদ্ভিদ
అర్థం : তৃণভোজী জন্তুৱে খোৱা মাটিত গজা চাপৰ উদ্ভিদ
ఉదాహరణ : গৰুজনীয়ে ঘাঁহনিত ্ ঘাঁহ খাই আছে
పర్యాయపదాలు : ঘাঁহ, তৃণ
అర్థం : যʼত বহু ঠাই জুৰি গছ-গছনি, জোপোহা আদিৰে ভৰি থাকে
ఉదాహరణ : প্রাচীন কালত ঋষি-মুনিসকলে হাবিত বাস কৰিছিল
పర్యాయపదాలు : অটবী, অৰণ্য, অৰণ্যানী, কানন, গছনি, জংগল, জংঘল, জঙ্গল, জঙ্ঘল, জাৰণি, ঝাৰণি, বননি, বনানি, বিপিন, হাবি, হাবি-বননি, হাবিয়নি
అర్థం : ডাঙৰ আৰু ডাঠ জংঘলী ক্ষেত্রত থকা গছ-গছনি বা অন্য উদ্ভিদ
ఉదాహరణ : প্রকৃতিৰ চিন্তা নকৰাকে মানুহে জংঘল কাটি আছে
పర్యాయపదాలు : অৰণ্য, জংঘল
ఆప్ స్థాపించండి