అర్థం : যিজনে কাণেৰে ভালদৰে শুনা নাপায় বা একেবাৰে নুশুনে
ఉదాహరణ :
এই বিদ্যালয়খন বধিৰসকলৰ কাৰণে খোলা হৈছে
అర్థం : যিজনে শুনা নাপায়
ఉదాహరణ :
প্রদীপে কলা-বোবা লোকৰ বাবে বধিৰ বিদ্যালয় খোলাৰ কথা ভাবিছে
పర్యాయపదాలు : কলা, কাণ গধুৰ, শ্রুতিশক্তিহীন, শ্রুতিহীন, শ্রুতিৰহিত, শ্রৱণশক্তিৰহিত, শ্রৱণৰহিত