పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి বচোৱা అనే పదం యొక్క అర్థం.

বচোৱা   ক্ৰিয়া

అర్థం : বিপদ বা কষ্টত পৰিবলৈ নিদিয়া কার্য

ఉదాహరణ : চকীদাৰজনে গাঁওবাসীক চোৰৰ পৰা বচালে

పర్యాయపదాలు : ৰক্ষা কৰা

అర్థం : সৰি পৰাৰ পৰা ৰক্ষা কৰা কার্য

ఉదాహరణ : তৃতীয় লক্ষ্যৰ পৰা পৰিবলৈ ধৰা লʼৰাটোক এজন যুৱকে বচালে

అర్థం : বাচিবৰ কাৰণে ঠাই দিয়া বা ৰক্ষা পাবলৈ প্রবৃত্ত কৰা

ఉదాహరణ : আকবৰে ফাটেহপুৰ সিকৰীক বচাইছিল

అర్థం : নিস্তাৰ বা উদ্ধাৰ কৰা

ఉదాహరణ : তেওঁ ্মোক এই বিপদৰ পৰা উদ্ধাৰ কৰিলে

పర్యాయపదాలు : উদ্ধাৰ কৰা

అర్థం : কামত অহা বা খৰচ হোৱাৰ পৰা ৰখোৱা

ఉదాహరణ : মনোহৰে কৃপণালী কৰি বহুত পইচা বচালে