అర్థం : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা
ఉదాహరణ :
সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল
పర్యాయపదాలు : ৰোৱা
అర్థం : বহুত বস্তৰ মাজৰ পৰা কিছুমান মনপচন্দৰ বস্তু বেলেগ কৰা
ఉదాహరణ :
কাপোৰৰ দোকানৰ পৰা নিজৰ বাবে মই দহখন শাৰী পচন্দ কৰিলো
పర్యాయపదాలు : পচন্দ কৰা
అర్థం : শস্যত থকা কুটা বা ভুচি আদি পৃথক কৰা কার্য
ఉదాహరణ :
মায়ে চাউল বাচি আছে