సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজন ব্যক্তিৰ বৰণ বগা
ఉదాహరణ : সেই বগাসকলৰ মাজত বহি থকা কʼলাজন বেলেগকৈ চিনি পাব পাৰি
అర్థం : যিটো ৰং উজ্জ্বল বা কʼলা ৰঙৰ বিপৰীত ..???
ఉదాహరణ : হালধীয়া ৰঙৰ খাদ্যখিনিত বগা ৰং দিয়া
పర్యాయపదాలు : শুকুলা, শুক্ল, শ্বেত
అర్థం : এবিধ বিশেষ ধৰণৰ শিল পুৰি তৈয়াৰ কৰা বগা ক্ষাৰ-বস্তু, যিটো শামুকৰ খোলা পুৰিলেও পোৱা যায়
ఉదాహరణ : বেৰ আদিত ৰং দিবৰ কাৰণে চূণ ব্যৱহাৰ কৰা হয়
పర్యాయపదాలు : চূণ, চূণ-শিল
అర్థం : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়
ఉదాహరణ : বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়
పర్యాయపదాలు : চাদা
అర్థం : চফা ৰঙৰ বা শ্বেত বর্ণৰ
ఉదాహరణ : বেছিভাগ লোকেই বগা বোৱাৰী পছন্দ কৰে
పర్యాయపదాలు : শ্বেত, শ্বেতাংগ
ఆప్ స్థాపించండి