అర్థం : কোনো বিস্ফোৰক বস্তু আদিক সক্রিয় কৰি দিয়া
ఉదాహరణ :
দেৱালী উপলক্ষে ৰাইজে ফটকা ফুটায়
అర్థం : কোনো বস্তুক জোঙা উপকৰণেৰে ভেদ কৰা কার্য
ఉదాహరణ :
বাঢ়ৈয়ে মেজ সাজিবৰ কাৰণে কিছুমান কাঠ ফুটালে
పర్యాయపదాలు : ছেদ কৰা, বিন্ধা কৰা