సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : এৰি চলিবৰ কাৰণে অজুহাত দেখুওৱা বা ইটো-সিটো কথা কৈ কাৰোবাক আঁতৰোৱা
ఉదాహరణ : তেওঁ ্ মোৰ টকাখিনি পৰিশোধ নকৰি ফাকি-ফুকা কৰি আছে
పర్యాయపదాలు : এৰাই ফুৰা, পুলুকা মৰা, ফাকি-ফুকা, বাগি দিয়া
అర్థం : যি সত্যৰ ওপৰত আধাৰিত নহয়
ఉదాహరణ : সাক্ষীৰ মিছা জবানবন্দীত নি্র্দোষীজনৰ ্ ফাঁচী হʼল
పర్యాయపదాలు : অপ্রকৃত, অসত্য, আসৈ, ঝুট, ঝুঠা, মিছা, মিথ্যা
ఆప్ స్థాపించండి