అర్థం : ছপা কৰা যি কাগজত কিবা লিখাৰ বাবে কিছু অংশ খালি হৈ থাকে
ఉదాహరణ :
মই নাম ভর্তিৰ প্রপত্র ভর্তি কৰি আছো
పర్యాయపదాలు : প্রপত্র
అర్థం : ভাল কৰিব পৰা যোগ্যতা
ఉదాహరణ :
বর্ত্্মান ভাৰতৰ কোনো খেলুৱৈ ফর্মত ্নাই
అర్థం : (জীৱবিজ্ঞান) কোনো জাতিত জীৱবোৰৰ এক বর্গ যি সমান বর্গবোৰৰ পৰা সাধাৰণ ৰূপত অলপ বেলেগ হয়
ఉదాహరణ :
সূক্ষ্মজীৱবোৰৰ এটা নতুন প্রকাৰৰ খবৰ পোৱা গৈছে
పర్యాయపదాలు : প্রকাৰ