పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পৰীক্ষা কৰা అనే పదం యొక్క అర్థం.

পৰীক্ষা কৰা   ক্ৰিয়া

అర్థం : যোগ্যতা, বিশেষত্ব, সামর্থ্য, গুণ আদি জানিবৰ কাৰণে পৰিশোধন সম্বন্ধীয় কাম কৰা বা কোনো বিশেষ কাম কৰা

ఉదాహరణ : সোণাৰীজনে সোণৰ শুদ্ধতা পৰীক্ষা কৰি আছে

పర్యాయపదాలు : প্রমাণ কৰা, পৰীক্ষণ কৰা

అర్థం : শৰীৰত কোনো ৰোগ আছে নে নাই অথবা যদি আছে তাৰ কাৰণ জানিবৰ কাৰণে চিকিৎসকে চোৱা কার্য

ఉదాహరణ : চিকিৎসকে শুই থকা ৰোগীজনক পৰীক্ষা কৰিছে

అర్థం : পৰীক্ষণৰ কাম কৰা কার্য

ఉదాహరణ : পোন্ধৰখন বহীৰ পৰীক্ষা কৰা হʼল

పర్యాయపదాలు : নিৰীক্ষণ কৰা

అర్థం : বিশেষভাৱে কোনো ৰোগ আদিৰ কাৰণ জানিবৰ কাৰণে কোনো শাৰীৰিক পদার্থক কোনো যন্ত্র, ৰাসায়নিক প্রক্রিয়া আদিৰ সহায়ত চোৱা-চিতা কৰা কার্য

ఉదాహరణ : চিকিৎসকে গৱেষণাগাৰত তেজৰ পৰীক্ষা কৰিছে

అర్థం : কোনো কামৰ বাবে ব্যক্তি বা বস্তু আদি যোগ্য হয় নে নহয় বিচাৰ কৰি চোৱা:তেওঁ ্ মোৰ কামৰ বাবে উপযুক্ত হয় নে নহয় এই সৰু কামটোৰ দ্বাৰা মই পৰীক্ষা কৰিছো

ఉదాహరణ :

పర్యాయపదాలు : পৰখ কৰা