అర్థం : এজন এজন কৰি সকলোৰে সন্মুখত উপস্থিত কৰা
ఉదాహరణ :
ৰামুৱে মজলিচত পাণ বিলাই আছিল
పర్యాయపదాలు : বিলোৱা
అర్థం : আহাৰ সন্মুখত ৰখা
ఉదాహరణ :
তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে
పర్యాయపదాలు : সজোৱা