అర్థం : কোনো সামগ্রীৰ উপযুক্ত স্থানত থোৱা ক্রম
ఉదాహరణ :
কোঠাটোৰ সকলোবোৰ বস্তু পৰিপাটি কৈ ৰাখি থোৱা আছিল
పర్యాయపదాలు : আটোমটোকাৰি, চিজিল
అర్థం : যিটোৰ ভালদৰে ব্যৱস্থা কৰা হৈছে
ఉదాహరణ :
তেওঁ খেলিমেলি হৈ থকা বস্তুবোৰ পৰিপাটি কৰিলে
పర్యాయపదాలు : নিয়াৰি, সুবিন্যস্ত, সুশৃংখলিত